অসম

ৰাণীত ৰহস্যজনকভাৱে গাড়ীৰ ভিতৰত উদ্ধাৰ মৃতদেহ

asomiyapratidin
  • ৰাণীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰকৰি কৰি চাঞ্চল্য।
  • ৰহস্যজনকভাৱে উদ্ধাৰ এজন ব্যক্তিৰ মৃতদেহ।
  • মৃত লোকজন ৰাণী প্ৰাথমিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট।
  • লোকজনৰ নাম কুশল দাস।
  • গাড়ীৰ ভিতৰত স্থানীয় লোকে প্ৰত্যক্ষ কৰে তেওঁৰ মৃতদেহটো।
  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।
  • বৰ্তমানলৈকে জানিব পৰা নাই লোকজনৰ মৃত্যুৰ কাৰণ।
  • ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।