অসম

ৰঙিয়াৰ কেকোৱাহাটীত এল্ট’ বাহনে মহতিয়ালে ব্যৱসায়িক প্ৰতিষ্ঠানক

asomiyapratidin
  • ৰঙিয়াৰ কেকোৱাহাটীত পথ দুৰ্ঘটনা।
  • এল্ট' বাহনে মহতিয়ালে ব্যৱসায়িক প্ৰতিষ্ঠানক।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৩জন লোক।
  • আহত সুনীল বসুমতাৰী, ফুকন বড়ো আৰু ভগীৰথ বড়োক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।