- নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত।
- ৰঙিয়াত শিল্পী দিৱসৰ দিনাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিল্পী সমাজ-মুক্তিযোদ্ধাৰ প্ৰতিবাদ।
- নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ।
- ৰঙিয়াৰ মুৰাৰাত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ প্ৰতিচ্ছবিৰ সন্মুখত এই প্ৰতিবাদ।