অসম

ৰঙিয়া ৰে’ল ষ্টেচনৰ সমীপত চলন্ত ৰে’লৰ পৰা পৰি আহত যাত্ৰী

asomiyapratidin
  • ৰঙিয়া ৰে'ল ষ্টেচনৰ সমীপত শনিবাৰে সংঘটিত হ'ল এক অঘটন
  • চলন্ত ৰে'লৰ পৰা পৰিল এগৰাকী যাত্ৰী।
  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় যাত্ৰীগৰাকী।
  • বৰ্তমানলৈকে লাভ কৰা নাই যাত্ৰীগৰাকীৰ পৰিচয়।
  • জিএমচিএইছত ভৰ্তি কৰা হৈছে তেওঁক।
  • কোনো দুৰ্বৃত্তই ঠেলা মাৰি পেলাই দিয়াৰ সন্দেহ।