অসম

আদালতত হাজিৰ কৰোৱা হ’ব ৰাজকন্যাক, ৫ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে…

asomiyapratidin
  • আজি আদালতত হাজিৰ কৰোৱা হ'ব ৰাজকন্যা বৰুৱাক।
  • ৰাজকন্যাক ৫ দিনৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে।
  • যোৱা নিশা দিছপুৰ থানাত ৰখা হয় ৰাজকন্যাক।
  • বৰ্তমান দিছপুৰ থানাত চলোৱা হৈছে জেৰা।
  • তদন্তকাৰী বিষয়াই জেৰা চলাইছে মডেল ৰাজকন্যাক।