- ৰহা টোলগেটক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰে বৈঠক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ।
- জনতা ভৱনত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠকখন।
- বৈঠকত ভাগ লৈছে কৃষক নেতা অখিল গগৈয়ে।
- টোলগে'ট খোলাৰ বিৰুদ্ধে কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
- ৰহাৰ টোলগেটক লৈ বিৰুদ্ধে চৰকাৰৰে বাক-বিতণ্ডা হৈছিল বহু দল-সংগঠনৰ।