অসম

ৰহাত অঘটন! কপিলী নদীত পৰি সন্ধানহীন যুৱক…

asomiyapratidin
  • ৰহাৰ বামুণীজানত সংঘটিত হ'ল অঘটন।
  • কপিলী নদীত পৰি সন্ধানহীন এজন যুৱক।
  • নদীৰ পাৰত উদ্ধাৰ হৈছে এযোৰ চেণ্ডেল।
  • সন্ধানহীন যুৱকজনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।
  • এয়া দুৰ্ঘটনা নে আত্মহত্যা সেই বিষয়ে জানিব পৰা হোৱা নাই।