ৰহাত সদৌ ট্ৰাইবেল সন্থা, জনজাতি সমন্বয়ৰক্ষী সন্মিলিত সমিতিৰ উদ্যোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী।চুমিলা ৰংহাংপীৰ চিৰশান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰা হয় শুকুৰবাৰে।লগতে এই সংগঠনে এই হত্যাকাণ্ডৰ ন্যায়ৰ বাবে জনাইছে দাবী।