কোৰোনা ভাইৰাছৰ আতংকৰ মাজতে ৰহাত চাঞ্চল্যকৰ ঘটনা। ৰহাৰ মঠৰবড়ীত পথৰ কাষত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। আনুমানিক ৬০-৬৫ বছৰীয়া পুৰুষৰ মৃতদেহটো প্ৰায় উলংগ অৱস্থাত উদ্ধাৰ হৈছে। ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।