অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাই বৃহস্পতিবাৰে এজেপিত যোগদান কৰিব ।অগপ দলৰ এসময়ৰ আগশাৰীৰ নেতা আছিল পুলকেশ বৰুৱা ।অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব নেতা গৰাকীয়ে । বৃহস্পতি বাৰে ২ বজাত যোগদান কৰিব পুলকেশ বৰুৱাই ।