জনসংযোগৰ ভাৰপ্ৰাপ্ত সঞ্চালকৰ দায়িত্বত প্ৰদীপ ব্ৰহ্ম।সোমবাৰে প্ৰদীপ ব্ৰহ্মই গ্ৰহণ কৰা এই দায়িত্ব।৩০ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল পূৰ্বৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই।ৰাজীৱ প্ৰকাশ বৰুৱাক জনসংযোগৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি।