নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দক্ষিণ কামৰূপত উত্তপ্ত পৰিস্থিতি।ঐক্য সেনা অসমৰ তীব্ৰ প্ৰতিবাদ সাব্যাস্ত।প্ৰতিবাদকাৰীয়ে লণ্ড ভণ্ড কৰিলে বিজেপিৰ কাৰ্যালয়।লগতে সংগঠনটোৰ কৰ্মীয়ে জ্বলাই দিলে বিজেপি কার্যালয়ৰ বেনাৰ–পোষ্টাৰ।