- সপ্তমীৰ দিনাই যোৰহাট চেনিজান চাহ বাগিছাত উত্তেজনা।
- পূজাত দৰমহা নিদিয়াক কেন্দ্ৰ কৰি ক্ষুদ্ধ শ্ৰমিকৰ উত্তপ্ত পৰিস্থিতি।
- উত্তেজিত শ্ৰমিকে আৱদ্ধ কৰিলে বাগিছাৰ পৰিচালকক।
- নিৰিখ অনুসৰি বোনাচ নিদিয়াৰো অভিযোগ শ্ৰমিক সকলৰ।
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত উপস্থিত আৰক্ষী।