নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজি ৰাজ্যজুৰি উকিল সন্থাৰ প্ৰতিবাদ।বিধেয়ক বাতিলৰ দাবীত ধুবুৰী উকিল সন্থাৰ উত্তাল প্ৰতিবাদ।বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদী সমদল উকিল সন্থাৰ।প্ৰয়োজনত বিধেয়কখনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰো হুংকাৰ।