অসম

ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে প্ৰতিবাদ

asomiyapratidin
  • ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ।
  • মাকুমত পুত্তলিকা দাহ কৰে বহুকেইজন প্ৰতিবাদকাৰীয়ে।
  • আটছাৰ সদস্যক অপদস্থ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত বহুলোকৰ।
  • আটছাৰ মাকুম শাখাই এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ।
  • ৰাজপথত বিধায়কৰ পুত্তলিকা দাহ কৰে বহুলোকে।
  • ৰাজপথত বিধায়ক সুৰেন ফুকন মুৰ্দাবীদ ধ্বনিৰে উত্তাল প্ৰতিবাদ।
  • বিধায়কগৰাকীক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী প্ৰতিবাদকাৰীসকলৰ।