নগাঁও ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অধ্যক্ষক আটক।আটক কৰিছে ননৈ আৰক্ষীয়ে।অধ্যক্ষগৰাকীৰ নাম তপন বৈদ্য।বৰ্তমান সোধপোচৰ বাবে নগাঁও সদৰ থানালৈ লৈ অনা হৈছে অধ্যক্ষগৰাকীক।আটক কৰাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।