অসম

জনতাৰ ওপৰত মাধমাৰ ! আজিৰে পৰা দাম বৃদ্ধি পালে কেইবাবিধো সা-সামগ্ৰীৰ…

asomiyapratidin
  • আজিৰে পৰা দাম বৃদ্ধি পাব কেইবাবিধো সা-সামগ্রীৰ।
  • GSTৰ ফলত বহু খাদ্য, ঘৰুৱা সামগ্রীত বাঢ়িব দাম।
  • দৈ, পনীৰ, গুড়, মৌ, মুড়ী, চিৰা, চাউল, আটা আদিত বাঢ়িব দাম।
  • দাম বাঢ়িব LED লাইট, চামৰাৰ সামগ্রী, হাস্পতালৰ কোঠাৰ।
  • বাঢ়িব হোটেলৰ কোঠাৰ ভাড়াকে আন কেতবোৰ ক্ষেত্রত।