অসম

লোকসভা নিৰ্বাচনক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যনিৰ্বাহক বৈঠক

asomiyapratidin
  • ২০১৯ৰ লোকসভা নিৰ্বাচনক লৈ ৰাজ্যিক কংগ্ৰেছৰ প্ৰস্তুতি আৰম্ভ।
  • দেওবাৰে অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যনিৰ্বাহক বৈঠক।
  • পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত বৈঠকত।
  • বৈঠকত উপস্থিত ৰাজ্যিক কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতা ।