বঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এক গোচৰ।দিছপুৰ আৰক্ষী থানাত এই গোচৰ ৰুজু প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে।দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে ৰুজু কৰিছে এই গোচৰ।২৪ ঘণ্টাৰ ভিতৰত প্ৰদীপ দত্ত ৰয়ক আটক কৰাৰ দাবী সংগঠনটোৰ সভাপতি ধৰ্মকান্ত গগৈৰ।