কাৰ্বিআংলঙত বন বিভাগৰ অভিযান।অসম-নাগালেণ্ড সীমান্তত চলোৱা এই অভিযানত কাঠসহ জব্দ ৩খন ট্ৰাক।চোৰাং কাঠৰ কুণ্ডাভৰ্তি আছিল ট্ৰাককেইখন।তিনিওখন ট্ৰাকৰ নাছিল নম্বৰ প্লেট।ধনশিৰিৰ মিচি বাইলামৰ পৰা জব্দ কৰা হৈছে ট্ৰাক ৩খন।