অসম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়সূচীৰ সালসলনি…

asomiyapratidin
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ সময়সূচীৰ সালসলনি ।
  • পূৰ্বনিৰ্ধাৰিত সময় দিনৰ ১১-৩০ বজাৰ পৰিৱৰ্তে শনিবাৰে পুৱা ১০ বজাত জেৰেঙা পথাৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
  • ১.০৬ লাখ লোকক ভূমি পট্টা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
  • শিৱসাগৰৰ অনুষ্ঠানৰ পিছতে তেওঁ কলকতা হৈ দিল্লীলৈ ৰাওনা হ'ব ।
  • প্ৰধানমন্ত্ৰী মোডীৰ আগমনৰ পূৰ্বে প্ৰতিবাদ মুখৰ সমগ্ৰ ৰাজ্য ।