অসম

মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ সুবিধাৰ্থে গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া ৰঙৰ বাছ…

asomiyapratidin
  • গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া ৰঙৰ বাছ।
  • মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ সুবিধাৰ্থে চলিব এই বাছ সেৱা।
  • সম্পূৰ্ণ বিনামূলীয়া হব বাছ সেৱা।
  • নতুন বছৰৰ আৰম্ভণিৰ পৰাই গুৱাহাটীৰ ৰাজপথত চলাচল কৰিব এই বাছ সেৱা ।
  • ২৫ খন অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ চলিব গুৱাহাটীত।
  • ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে বাছ সমূহৰ কাম ।
  • 'ভ্ৰমণ সাৰথি' নামেৰে নামাকৰণ কৰা হৈছে গুলপীয়া ৰঙৰ বাছ কেইখন ।