অসম

বাহনত ভৰোৱাৰ আগতে জানি লওক কিমান দাম পেট্ৰ’ল-ডিজেলৰ…

asomiyapratidin
  • বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ২ পইচাকৈ।
  • তাৰ বিপৰীতে হ্ৰাস পোৱা দেখা গ'ল ডিজেলৰ মূল্য।
  • ১৩ পইচাকৈ হ্ৰাস হ'ল প্ৰতিলিটাৰ ডিজেলৰ দামত।
  • বৃহস্পতিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.০৪ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৮৬ টকা।