সোমবাৰেও হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।আজি পেট্ৰ'লত ২০ পইচা আৰু ডিজেলত ১৮ পইচাকৈ হ্ৰাস।গুৱাহাটীত আজি পেট্ৰ'লৰ মূল্য ৭৬.১৯ টকা আৰু ডিজেলৰ মূল্য ৭২.১১ টকা।দেওবাৰে মহানগৰীত পেট্ৰলৰ মূল্য আছিল ৭৬.৩৯ টকা আৰু ডিজেলৰ মূল্য আছিল ৭২.২৯ টকা।