অসম

কাৰ্বিআংলঙত পিডিচিকেৰ ২ কেডাৰক গ্ৰেপ্তাৰ

asomiyapratidin
  • কাৰ্বিআংলঙত পিডিচিকে (People's Democratic Council of Karbi Longri)ৰ দুই কেডাৰক গ্ৰেপ্তাৰ।
  • শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় দুই কেডাৰক।
  • অসম আৰক্ষীয়ে দুই কেডাৰক গ্ৰেপ্তাৰ কৰে।
  • ইফালে কেডাৰ দুগৰাকীৰ পৰা উদ্ধাৰ কৰা হৈছে এটা পিষ্টলো।