অসম

পৰেশ বৰুৱাৰ সংবাদমেল, UPDATES

asomiyapratidin

সন্ধিয়া ৭.১০ বজাতঃ অৱশেষত গুৱাহাটী প্ৰেছ ক্লাৱৰ বিষয়ববীয়ালৈ ফোন কৰিলে পৰেশ বৰুৱাই। কুইপ'ৰ দুয়োগৰাকী অপহৃত বিষয়াৰ চৰম শাস্তি স্থগিত ৰখাৰ সিদ্ধান্ত। এনএছচিএনৰ সৈতে এই বিষয়ক লৈ আলোচনা কৰিব পৰেশ বৰুৱাই।

৬.১৫ বজাতঃ প্রথমবাৰৰ বাবে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰাশ বৰুৱাৰ সংবাদমেল। প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰৰ সন্দৰ্ভত এই সংবাদমেল। গুৱাহাটী প্ৰেছ ক্লাৱত ফোনযোগে সংবাদমেল সম্বোধন কৰিব পৰেশ বৰুৱাই। কিছু সময়ৰ পাছতেই এই সংবাদমেল সম্বোধন কৰিব আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীয়ে।