অসম

অসুস্থ পাপনঃ মুম্বাইত কোকিলাবেন ধীৰুভাই আম্বানী হাস্পাতালত ভৰ্তি

Asomiya Pratidin
  • অসুস্থ অংগৰাগ পাপন মহন্ত।

  • বৃহস্পতিবাৰৰ নিশা চিকিৎসাধীন হয় মুম্বাইত শিল্পী গৰাকী।

  • মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পাতালত ভৰ্তি হয় পাপন।

  • শিল্পী গৰাকীৰ এটেন্ডেঞ্চ হিচাপে থাকিবলগীয়া হয় তেওঁৰ ১৩ বছৰীয়া পুত্ৰ।

  • ফেচবুকত এই কথা সদৰি কৰি পাপনে দিছে এক আবেগিক পোষ্ট।