- মহানগৰীৰ পল্টনবজাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।
- পল্টন বজাৰৰ কালিবাৰীৰ ৰেল'ৱে কলনীত হত্যাকাণ্ড।
- ৰেল'ৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ।
- নাৰায়ণ চক্ৰৱৰ্তী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ।
- কোৱাৰ্টাৰৰ মালিকে ৰখিয়া কৰি থৈ গৈছিল কোৱাৰ্টাৰত চক্ৰৱৰ্তীক।
- কোৱাটাৰ মালিকে ষট পূজাৰ বাবে ঘৰলৈ গৈছিল।
- ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
- তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।