অসম

পল্লৱলোচন দাসক ‘তেজপিয়া’ আখ্যা আদিবাসী ছাত্ৰ সন্থাৰ…

asomiyapratidin
  •  পল্লৱলোচন দাসৰ বিৰুদ্ধে সৰৱ আদিবাসী ছাত্ৰ সন্থা।
  • প্ৰতিবাদ সাব্যস্ত কৰিলে আদিবাসী ছাত্ৰ সন্থাৰ সদস্যসকলে।
  • ঢেকিয়াজুলিত পল্লৱলোচন দাসৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ।
  • জুলিয়া চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাই দাহ কৰিলে পুত্তলিকা।
  • পল্লৱলোচন দাসক তেজপিয়া আখ্যা আদিবাসী ছাত্ৰ সন্থাৰ।
  • চাহ শ্ৰমিকক গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবাদী শ্ৰমিকৰ।