অসম

চুবুৰীয়াৰ মানসিক অত্যাচাৰৰ অভিযোগ, ওৰাঙত বোৱাৰীৰ আত্মহত্যা

asomiyapratidin
  • ওৰাঙৰ মাজবাটৰ মুৰকাটিত বোৱাৰীৰ আত্মহত্যা।
  • ডিঙিত চিপজুৰি লৈ আত্মহত্যা বোৱাৰী গৰাকীৰ।
  • নিহত বোৱাৰী গৰাকীৰ নাম ৰাধিকা সৰকাৰ (২০)।
  • স্থানীয় একাংশ মহিলাই মানসিক ভাৱে অত্যাচাৰ আৰু প্ৰহাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।
  • মানসিকভাৱে ভাগি পৰি মহিলাগৰাকীয়ে আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে।