অসম

ৰাজ্যত নৱ গঠিত আঞ্চলিক দলকলৈ আশাবাদী অভিনেত্ৰী বৰষাৰাণী বিষয়া…

asomiyapratidin

ডিজিটেল ডেস্ক : ৰাজ্যত নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদক লৈ আশাবাদী অভিনেত্ৰী বৰষাৰাণী বিষয়া । নবগঠিত আঞ্চলিক দল সম্পৰ্কত অভিনেত্ৰী গৰাকীয়ে কয় নতুন দলক লৈ মই আশাবাদী।ভৱিষ্যতে কি উত্তৰ পাম ,সেইয়া পাছতহে গম পাম ।

আঁঠুৱা কম্বলৰ উৰ্ধত গৈ নতুন প্ৰজন্মই চিন্তা কৰা উচিত বুলি উল্লেখ কৰি অভিনেত্ৰী গৰাকীয়ে কয় মই প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত নহওঁ।যুৱ প্ৰজন্মৰ লগতে আমাকো আঁঠুৱা কম্বল,ধৰ্মৰ উৰ্ধত ৰাজনীতি।প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হব পৰাকৈ মানসিক ভাৱে প্ৰস্তুত নহয় ।

আজি জাতি সংকটত । অভিনেত্ৰী গৰাকীয়ে কয় ২০২১ ত জাতিৰ পৰীক্ষা।জাতি জিকিবনে হাৰিব সেইয়া খিলঞ্জীয়া ৰ ওপৰত নিৰ্ভৰ কৰিব বুলি মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ।