অপৰাধীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ ভিন্ন স্থানত অভিযান
নুনমাটি আৰক্ষীৰ অভিযানত আটক ৪ কুখ্যাত অপৰাধীক
অভিযানত উদ্ধাৰ এটা পিষ্টল, ১২খনকৈ চুৰি বাইক
১৩ টা ম’বাইল ফোনৰ লগতে বহু আপত্তিজনক নথি-পত্র উদ্ধাৰ
আটক পংকজ দাস, বিশ্বজিৎ টুমুং, বিপ্লৱ দাস
অভিযানত ভৰলুৰ পৰা এগৰাকী মহিলা ড্রাগছ সৰবৰাহকাৰীকো আটক
আটক কৰা মহিলাগৰাকীৰ পৰা জব্দ ৪০গ্রাম হেৰ’ইন
লগতে জব্দ কৰা হৈছে ৪০ কেজি গাঞ্জা