অসম

জুৰীয়াৰ লালুংগাঁৱত ৰে’লৱে আৰক্ষীৰ অভিযান

Asomiya Pratidin
  • জুৰীয়াৰ লালুংগাঁৱত ৰে’লৱে আৰক্ষীৰ অভিযান

  • চাপৰমুখ ৰে’লৱে আৰক্ষীৰ লালুংগাঁৱস্থিত এখন দোকানত অভিযান

  • অভিযানত বহু আপত্তিজনক নথি-পত্র জব্দ

  • আৰক্ষীয়ে আটক কৰে দোকানখনৰ স্বত্বাধিকাৰী ৰাজিজুল ইছলামক

  • ৰাজিজুল ইছলামে ভুৱা নাম-ঠিকনাত ৰে’লৰ টিকট বিক্রী কৰিছিল