- অসমত কোৰোনাত আক্ৰান্ত হৈ আকৌ এজনে হেৰুৱালে প্ৰাণ।
- কামৰূপৰ দেৱী কাকতি নামৰ মহিলাগৰাকীৰ মৃত্যু কোৰোনাত আক্ৰান্ত হৈ।
- ২ জুলাইত বশিষ্ঠৰ ১৫১ বেছ হাস্পতালত ভৰ্তি কৰা হৈছিল তেওঁ।
- ডায়েবেটিছ ৰোগতো আক্ৰান্ত আছিল মহিলাগৰাকী।
- ইয়াৰ পূৰ্বেও মঙলবাৰে আৰু এজন লোকে কোভিড-১৯ত আক্ৰান্ত হৈ হেৰুৱাই প্ৰাণ।
- ৰাজ্যত ১৬জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা।