পুনৰ অসমত এগৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।লোকজনৰ ঘৰ গোলাঘাটত।স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।গোলাঘাটৰ লোকজন গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ।.এতিয়ালৈকে অসমত মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৪ গৰাকীলৈ বৃদ্ধি।