অসম

সুস্থ হৈ উঠিছে কোৰোনাত আক্ৰান্ত আৰু এজন লোক…

asomiyapratidin
  • ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু এজন লোক সুস্থ হৈ উঠিছে।
  • এমএমচিএইচত আছিল লোকজন।
  • দুবাৰকৈ কোভিড পৰীক্ষাত নিগেটিভ ফলাফল পোৱাৰ পাছত চিকিৎসালয়খনৰ পৰা পঠিয়াই দিয়া হয় লোকজনক।
  • সকলো চৰকাৰী নীতি-নিয়ম মানিবলৈ আহ্বান।
  • ৰাজ্যত ৫৫জনকৈ কোৰোনাত আক্ৰান্ত লোক বৰ্তমানলৈ সুস্থ হৈ উঠিছে।
  • ইফালে, কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে ৩২৯জনলৈ।