অসম

হোজাইত বন্যহস্তীৰ আক্রমণত নিহত এজন লোক

Asomiya Pratidin
  • হোজাইত বন্যহস্তীৰ আক্রমণত নিহত এজন লোক

  • নিহত লোকজন এই পৰ্যন্ত চিনাক্ত হোৱা নাই

  • থেপ্লাগুড়ি অঞ্চলৰ গড়কপ্টানি পথত সংঘটিত এই ঘটনা

  • কোমোৰাকটা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীটো।