মৰিয়নিত কোভিড আক্ৰান্ত হৈ এজনৰ মৃত্যু।মৰিয়নিৰ জয়মতী নগৰৰ দুলাল মজুমদাৰ (৬২) নামৰ ব্যক্তিজনৰ দেহত তিনিদিন পূৰ্বে ধৰা পৰিছিল কোভিড ১৯।জে এম চি এইচত মৃত্যু ব্যক্তিজনৰ ।দেশৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা ।