লামডিং-বৰলংফা ষ্টেচনৰ মাজত অঘটন।ৰে'লৰ খুন্দাত লামডিং যুৱ কংগ্ৰেছৰ সদস্যৰ মৃত্যু।মৃত যুৱক জনৰ নাম বিক্ৰম দাস বুলি জানিব পৰা গৈছে।লামডিং ৰে'লৱে আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।ইতিমধ্যে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ডিফুলৈ।