অসম

স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ এজন

Asomiya Pratidin
  • স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ এজন

  • মৰিগাঁৱৰ মৈৰাবাৰীত আটক বেগম উপাধিৰ এই গৰাকী অভিযুক্তক

  • মৰিগাঁৱৰে গুণাইবড়িত বাসগৃহ এই গৰাকী মহিলাৰ

  • ম'বাইলেৰে ফাদিল কৰিছিল প্ৰশ্নকাকত

  • পৰীক্ষাগৃহৰ পৰাই ফাদিল কৰা হৈছিল প্ৰশ্ন কাকতখন