অসম

ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক…

asomiyapratidin
  • ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযান।
  • অভিযানত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ।
  • ভালুকপুঙৰ পৰা তেজপুৰলৈ নি থকা অৱস্থাত জব্দ কৰা হৈছে সুৰাখিনি।
  • AS 12 H 3569 নম্বৰৰ মটৰচাইকেলত উদ্ধাৰ সুৰাখিনি।
  • সুৰাসহ অংশুমান দাস নামৰ এজনক আটক আৰক্ষীৰ।