অসম

মৈৰাবাৰীত পুনৰ ৪৩৮ সক্ৰিয় চিম কাৰ্ডসহ গ্ৰেপ্তাৰ এজনক

Asomiya Pratidin
  • পাকিস্তানী এজেন্ট গ্ৰেপ্তাৰৰ পিছত মৈৰাবাৰীত পুনৰ ৪৩৮ সক্ৰিয় চিম কাৰ্ডসহ গ্ৰেপ্তাৰ ১

  • মৰিগাৱৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰন বৈশ্যৰ নেতৃত্বত চলিছিল অভিযান।

  • অভিযানত মফিদুল ইছলাম নামৰ এজন লোকক ৪৩৮ টা চিমসহ গ্ৰেপ্তাৰ।

  • মৈৰাবাৰীৰ লেংৰীবৰীত ঘৰ ধৃত মফিদুলৰ।

  • নিজা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ মফিদুলক।

  • সৰুচলাৰ বাহাৰুলক পাকিস্তানী এজেন্টক মোবাইলৰ চিমকাৰ্ড যোগানৰ সন্দেহত গ্ৰেপ্তাৰৰ পিছত আজি মফিদুলৰ কবলৰ পৰা ৪৩৮ টা চিমকাৰ্ড জব্দকৃত কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।