অসম

উৎকোচ লৈ গ্ৰেপ্তাৰ শিক্ষা বিষয়া নৱজ্যোতি শৰ্মা

asomiyapratidin
  • ডিব্রুগড়ৰ খোৱাঙত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
  • খোৱাং খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত এই অভিযান।
  • উৎকোচ লৈ ৰঙীন হাতে গ্রেপ্তাৰ শিক্ষা বিষয়া নৱজ্যোতি শৰ্মা।
  • শুকুৰবাৰে আটক শৰ্মা।
  • কঠোৰ ব্যৱস্থা গ্রহণৰ হুংকাৰ বিশেষ আৰক্ষী সঞ্চালক প্রধানৰ।