অসম

পিষ্টল সহ দুৰ্ধৰ্ষ ডকাইত আটক

asomiyapratidin
  • জুৰীয়াত পিষ্টল, গুলীসহ আটক এটা দুৰ্ধৰ্ষ ডকাইত।
  • ধৃত ডকাইতটো  ইজাজুল হক ওৰফে ইজু।
  • জব্দ 7.65 MM এটা পিষ্টল, ৫ জাই সক্রিয় গুলীসহ এটা মেগজিন।
  • ধিংবৰী চাপৰিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ডকাইতটো