মহানগৰীত নিষিদ্ধ মৰফিন জব্দ। ৩২০ গ্রাম মৰফিনসহ সৰবৰাহকাৰীক আটক। গুৱাহাটী ৰে'লৱে ষ্টেচনত চণ্ডীগড় এক্সপ্রেছৰ পৰা জব্দ। ধৃত সৰবৰাহকাৰীজন উত্তৰ প্রদেশৰ নাভাল কিশোৰ। GRPৰ ভাৰপ্রাপ্ত বিষয়া প্রসেনজিৎ দাসৰ নেতৃত্বত চলিছিল অভিযান।