- ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত এগৰাকী মহিলাৰ মৃত্যু।
- ৪০ বছৰীয়া শান্তা আচাৰ্যী নামৰ মহিলা গৰাকীৰ শনিবাৰে মৃত্যু হয় জিএমচিএইচত।
- তেওঁ কোৰোনাৰ উপৰিও নিউমনিয়া, ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছিল।
- ৰাজ্যত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৭জনলৈ বৃদ্ধি পাইছে।