নুমলীগড়ৰ কাষৰীয়া কমাৰগাঁৱৰ গৰৈমাৰীত দেশীয় সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।বৃহৎ পৰিমাণৰ দেশীয় সুৰা জব্দ কৰি নষ্ট কৰে আৰক্ষীয়ে।অভিযানত ভাঙি লণ্ডভণ্ড কৰে কেইবাটাও সুৰাৰ ঘাটি।অনাগত দিনটো সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জনায় আৰক্ষীয়ে।