- যোৰহাটৰ কেন্দুগুৰিত সন্ধান ওলাল নুমলীগড়ৰ পৰা সন্ধানহীন হোৱা সাংবাদিকৰ।
- বৃহস্পতিবাৰৰ পৰা সন্ধানহীন হৈ আছিল বৈদ্যুতিন মাধ্যমত কৰ্মৰত সাংবাদিকজন।
- এএছ০৫-জে-৩১১৭ নম্বৰৰ ব্যক্তিগত বাহনেৰে ঘৰৰ পৰা ওলাই গৈছিল তেওঁ।
- নুমলীগড়ৰ লৱণঘাটৰ পৰা সন্ধানহীন হৈছিল সাংবাদিকগৰাকী।
- গোলাঘাট জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই কথা অৱগত কৰিছিল সাংবাদিকগৰাকীৰ পৰিয়ালে।
- আৰক্ষীয়ে অভিযান চলাই যোৰহাটৰ কেন্দুগুৰিত তেওঁৰ সন্ধান বিচাৰি পায়।