অসম

নুমলীগড়ত পথ দুৰ্ঘটনা, থিতাতে নিহত ১

asomiyapratidin
  • নুমলীগড়ত পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত নিহত এজন লোক।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা
  • নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা বাইক আৰোহীৰ।
  • থিতাতে নিহত লোকজনৰ নাম দেৱাশীষ তিৰ্কী।
  • গুৰুতৰভাৱে আহত আন এজনক হাস্পতালত ভৰ্তি