অসম

নুমলীগড়ত পথ দুৰ্ঘটনা, বাইক আৰোহী নিহত…

asomiyapratidin
  • নুমলীগড়ৰ তেলগৰম ফুলনি গাঁৱত পথ দুৰ্ঘটনা।
  • ট্রাক-বাইকৰ মাজত হোৱা সংঘৰ্ষত বাইক আৰোহীৰ মৃত্যু।
  • দুৰ্ঘটনাত আন এজন লোক গুৰুতৰভাবে আহত।
  • দুৰ্ঘটনা সংঘটিত কৰা ট্রাকখনৰ নম্বৰ এএছ ০১ কেচি ৭৪১৩।
  • নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।